পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


টোপনিয়ে ১১৯ ঠাই টোপনিয়ে জোকোৱা-ফ্ৰি, প্ৰমী মানুহে যেনেকৈ ধলৈ লোকায় টোনিয়েও তেনেকৈ শুবলৈ জোকায় বোল হৈছে। একে,-টোপনি আহিব পোঙ্গা, to boo' inclined to sleep, to the heavy with sleepi- jess, টোপ-ঝাড়টো সোৰ। দি যোহাক, টেপ ঝাড় অতি বেগেৰে ফয়। এতেকে,অতি বেগেৰে যে,, to travel with almost colonity. টোপ খহু-বিং, টো' খহু দেখলে বিশ লাগে। এতেকে, ফুণী মানুহ, a giisting perণon. ঠোট-কটা কাউৰী-ধিং কাউৰীগ (২ টি এছাৰ ৰাই স্কুৰে। তাৰ ঠোটৰ আগটো যদি বটি দিয়া যায়, তেনেহলে সি অতিৰিও ভাৱে ঠোট এছাৰি ৰমলিয়াবলৈ ধৰে। অতিৰ ভাৱে যিহকে হিকে কথা কৈ ফুৰা মানুহক এনকুৱা কাউৰীৰে সৈতে তুলনা কৰা হৈছে। এতেকে,-- অনৰ্থক বলকি ফুৰা নিলাজ মানুহ, a sliamoless person with an unrestrained tonguo. ঠোট মুখ চেলেক-ক্ৰ, শুভীয় বস্তু আগত দেখিলে খাবৰ নিমিত্তে হেঁপাহ হৈ মানুহে ঠোঁট অৰ্থাৎ ওঠ আৰু মুখ চেলেকে। এতেকে-ইচ্ছ। থকা স্বত্বেও কোনো বস্তু নেপোৱ to be disappointed for not obtaining a thing which is very much desired. ঠন ধৰা—ক্ৰি, [ ঠানি ধৰা ঠানি ওলালে গছৰ শ্ৰী ৰাড়ে। মানুহক গছেৰে তুলনা কৰা হৈছে। এতেকে,-ধন-সম্পত্তি বঢ়া, to be well ofte, to be thriving or prosperous. ঠাই দি উপপনি নাকি, যদি কোনো মানুহৰু থাকিবলৈ ঘৰত ঠাই দিয়া