পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[প্ৰথম গৰু-মt মদন-আজ্ঞা দিলে গৰাক পালিম আদেশ। ই—ভয়ত নইবা তুমি ব্যৰ্থ মনোথ? মঙ্গম-কদাপিও তেনে হব নিদিম মন, হক টলাম বুলি কৰিলে। শপত। ইন্দ্ৰ --তেন্তে অতি সঙ্গ কথা! সজ, ৰতিপতি। শুনিছা নহয় তুমি, তাৰক অনুৰে কিদৰেনো নকৰিছে দেৱৰ দুৰ্গতি? উল্লেখি পুনৰ তাক, মুজাৰো তোমাৰ লোকৰখত পমা হিয়াৰ সম্ভাপ। যিদিনা উদয় হল দেয় আকাশত তাৰকৰ প্ৰতাপ-মাৰ্ক্সও, দুপৰৰ তৰাটিৰ দৰে তেৰে ইৰ ইন্দ্ৰকে লাঞ্জত ঢাকিলে মূখ মেঘৰ আৰত। চন্দ্ৰ সুৰ্য বায়ু আদি দোসকলে, তাকৰ প্ৰতাপৰ ইন্দ্ৰলাল দেখি হেৰুৱালে দেৱৰ মায়া; ঋতুবোৰ পাহৰিলে স্বৰ্গৰাজ ইন্দ্ৰৰ আশে। এতিয়া সুৰ্গত আৰু আগৰ দিন নিবিলায় সুযে পোহৰচন্দ্ৰগয়ে কিৰণৰ শান্তিয়ণী সই, নানক। নন্দনীত নকৰে আকউ। এই বই জুৰ বায়ু বলা নাই মী; ঋতুৰ গতিও আদি নাই সেইলৰ। সভোট নিল নিৰ্বাক। কি এই