এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আৰ ২য় মৃশ্য! তই মহৰ কাষই গই প্ৰীহি মোৰ নাকি বিনয়; আৰু কবি সুধিহে ৰাই পাৰ্বতীৰ শুভাশুভ সকলো ৰাৰি তোৰ খে। যাবি শীল্পে। দুতমহাৰা! উলটিম শীঘ্ৰে মই, নই আশ্ৰমৰ পাৰ্বতীৰ সকলো বাতৰি। ওলাই যায়। মেনকা-নকলে কিয়নো ভাক, নিয়ে দেখা কৰি | নাহি লাগে মোক গৌৰীৰ বাতৰি। হিম { হা}ি-আদিয়েই শেষ কৰি সকলো বাৰা আনা যদি তোমাৰ কাৰ, আনকালে কিটো সুখি তুমি মোক কৰি আমনি? মেক (আঁতৰি }-সুধিলে আগনি যদি পায় এনেৰে নোশোখে। পাখিৰপৰা। 'নো দেখি? এনে কাঠচিহীয়া নে হিয়া পুৰুষৰ? মাকৰ ৰুপৰ চিৰি পোৱালীক কৰবাত এৰি খই আহি, ভাল বেয়া বাতৰিও মই এনে টান পায়। হিমান্ত ৰি)-পুৰৰ কৰা হয় পমাষ কাশেতে, বিধাতাই চলে ইৰে মোৰ পৰাত প্ৰণয়গা। নোছোৱায়েনে মোৰ মেনা-ৰী, এই গিৰি হিয়াৰ মাজেদ, মনি বোয়ালেহেতেন কোণে শৈলজা।