দ্বিতীয় অঙ্ক--১৯ দৃশ্য ]
জাতিকাৰ হোৱাত, সী যেউ গুলগুল-মন-বিয়াকুল হব,
তাকে নো আৰু এবাৰ কব লাগিছে নে?
পাৰ্বতী-তোমালোকে আৰু বৰ আচৰিত, দেও হে।
চোয়াহঁকচোন, এতিয়াই জানো বসন্তকাল আহিবৰ হল?
শীতেই দেখোন নো যায়। আমাৰ জাৰৰ ঠেৰেঙ। ভগাই
নাই; ফুলবোৰৰ নো কি হয়? ( অলপ বৈ) মই ক'ত
মাৰো! সখী ইত। সেয়া কুলিয়ে মত নাইনে?
এটা কেহনীৰ কাণ পাতি শুনি আচৰিত হয়।
জয়া-সখীহঁত, এইবাৰ কথা কিবা হে! মোৰ কঢ়িয়াকৈ
মনত আছে, আৰু-বেলি কি আৰু-তেও বেলিও এনেকুৱ৷
দিনত ফুল ফুলাহে নালাগে, কলহে কলহে পানী দিও
আমি কলি এটাৰে মুখ দেখা নাছিলোঁ। ঔ আই।
সৌ পুলি আমঙ্গোপা কেনেকৈ মলিয়াইছে চোৱাহকচোন
-আগৰপৰা গুলি।
বিজয়া—মোৰ হল এইবোৰ দেখি এটা ভাব মনত পেলাইছে।
নিবাৰু নে?
পাৰ্ব্বতী-কয় শুনিম, বিজয়।। কৈ যোৱা তুমি।
বিজয়লনিৰ ফুলবোৰ দেখি, আমে মলিয়ালৈ চাই আৰু
তাতে কুলিৰ মাত শুনি আজি বাৰু সচাৰ্সটি বসন্ত কাল
যেন লগা নাইনে।
বিয়া- যেন সাকৈয়ে এটি নিপোতল ধুনীয়া ডেকা;
তেওঁৰ কোনো মতে যেন কোনো যুন নাই। তেওঁৰ
পৃষ্ঠা:2015.450961.Kamrup-Ed-1st.pdf/২৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই