ঠুনুকী।
গাৰোৰ জীয়ৰী গাভৰু ঠুনুকী, মাকৰ চকুৰ মণি দেখনে শুৱনে গাৰো পাহাৰত নাছিল তেনে দুজনী। খেলাত ছোৱালী ঘৰুৱা কামত হাৰ মানে বয়সীয়া স্বভাব চৰিত্ৰে তেনে নিৰমল টান দ্বিতীয়টি পোবা।