ৰেণু
উদগনি।
———⸺———
জয় পৰাজয় লই কিয় বন্ধু, চিন্তাযুক্ত মন? আছে লগা সংসাৰত সকলোৰে উত্থান পতন।
উঠে আৰু পৰে তেও শিশুটিয়ে নামানেতো হাৰ; নতুন উলাহে উঠা কাচি পাৰি, শক্তি আছে গাৰ।
১৯