পৰি হেম-ৰবি আভা হিমকণা-ওপৰত, দিছে মনোহৰ শোভা শ্যামল তৃণদলত।
ৰূপহী কুসুম কলি ৰঙ্গতে মেলিছে পাহি পৰিমল লোভী অলি সাৱটি ধৰিছে আহি