বাসন্তী পুৱা৷
⸺0⸺
নিৰ্ম্মল নীল গগন, কুলি কুউ কুউ গায়; স্নিগ্ধ মধু সমীৰণ ধীৰে ধীৰে বই যায়।
কুলু কুলু সুৰ তুলি চলিছে ৰূপহী নই, সিন্ধুত মিলিব বুলি বুকত আশাটি লই৷