পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপোন-কুঁৱৰী আকাশত লাগি কাৰ ওঁঠৰ লাহৰি চুমা গোলাপী আচল খনি ছো ডাৱৰে লাজতে আজি জুমাজুমিং কৰে, বতাহত সাগি কাৰ মতলীয়া সুৰভিৰে মন-প্ৰাণ হৰে? এন্ধাৰ নিশাই বাৰু আজি কোন ৰূপহীৰ ৰূপৰ জেউতি লৈ দিক্ উজলালে, আকাশত জোনটিয়ে কাৰনো সহাৰি পাই তৰাৰ মাদলি পিন্ধি মুখ পোহৰালে? 19 কুঁৱলীৰ আঁৰে আঁৰে অৰুণে কৰুণ সুৰে আহিছিল বীণ বাই বিৰহ গানৰ, কোন তেওঁ, কাক দেখি সলালে বীণৰ সুৰ লহৰি বাগৰি গল ললিত "তানৰ? তুমিনেকি সেই দেবী দৰ্শন লভি যাৰ তুমিনেকি সেই সখী প্ৰেম সিন্ধু উঠলিল সৃষ্টিৰ বুকুত— বিৰহৰ বাধা ঠেলি মিলনৰ সোত? বোৱালাহি ব্ৰহ্মাণ্ডত [ ]