বীণাপাণি! আজি পুণ্য পঞ্চমীৰ মাহেন্দ্ৰ-ক্ষণত বিমোহিনী বীণা লই আহিছ যেতিয়া, কত যাবি সন্তানৰ কোমল হিয়াত নেপেলাই কবিতাৰ কলি কুমলীয়া?