এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰূপ-জ্যোতি— এদিন যিদিনা সখী কিয় তুমি গাইছিলা ডুবৰি পাটীত বহি কৰুণ কাতৰ সুৰে চাইছিল৷ শৰতৰ সুশীতল জোন, “হিয়াত জিলিকে” বুলি “মনোহৰ কোন? ” দেৱতাকে। আদি পূজা নকৰিল৷ আগ, মৰতৰ দেবালা হই তুমি উপজিলা সেইহে কিজানি তুমি মোৰ অৰ্ঘ্য, উপচাৰ মোৰ প্ৰেম-নৈবেদ্যৰ নললাহি ভাগ! মানুহে মানুহে যদি মৰমৰ মোল বুজে মৰমৰ নহয় সখী শাওণৰ মেঘ, বুজিবা মৰম সখী, “তেতিয়াই পাহৰিবা জীৱনৰ যত ক্লেশ, দুখ, হিংসা, দ্বেষ। মৰম যাচিৰ সখী অযাচিত সৌৰৰ্ভত A নাই যদি মৰমৰ মোহলগা বোল, নহলে ৷ মানুহে কিয় কাঁইটীয়া কেতেকীৰ বিহুৱে বিহুৱে জানো হেৰুৱাব কুল? [ ৩৮ ]