পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

‘পাপৰি'ৰ স্বপ্ন ইমান সুন্দৰ তুমি বসন্তৰ অভিষেক এনেৰূপ অতদিনে থইছিল৷ ক'ত, আই৷ সখী, ইকি! ইকি! শৰতৰ সুৰ শেষ হবই লাগিব তাতে ফুলিছিল৷ য'ত। একেখনি নাৱতেই হয়ে৷ উঠি গলে। উটি সুধিলো, কোৱাচো সখী তেওঁতো নাছিল কোনো, তেওঁ নিজা মোৰ; মৰতৰ ‘পাপৰি’ত পাল। জানো কোনো দিনে সকৰুণ সুৰ? “মৰতৰ পাপৰিত ‘পাপৰি'ৰ চিন চাৰ্‌ একে দিনে ফুল কলি য'ত জহি যায়, নাপালে। একোকে সখা থাকিব কিহত তেনে নাই সখা নাই তাত একোৱেই নাই।” শুনা ৱাৰু সখী মোৰ নউ পাৰ পাওঁতেই দুআষাৰ কথা তেনে আজি কই যাওঁ, প্ৰাণৰ মাজত থকা আগতে সহাৰি দিবা উঠোতে নামোতে মাথো উটে বুৰে নাও। [ 21 ]