এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
নতুम মাতত মাধুৰী নাই কুলি কেতেকীৰ, কলিও মুফুলে যেন গানত অলিৰ, ফুলৰ সৌৰভ একে, একে ফুলনিৰ, সকলোতে পুৰণিৰ ৱেশ। বসন্তু এদিন হব কিজানি নতুন, প্ৰকৃতিৰ আচঁলত পাম কেঁচাসোণ। '(যিদিনা ) ফুলক চুহিব ফুলে, ভোমোৰা পলাব, বিৰিখৰ কুঁহি পাতে কৱিতা বিলাব। নিতৌ নতুন হব বন-উপবন, কুলিয়ে সলাৰ তাৰ কলীয়া বৰণ। পুজাৰ বেদীত পাৰ মদাৰেও শোভা, গোন্ধত আমোলমেলি হব ৰঙাজৰা। [ ৩৬ ]