পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অঞ্জলি ধনেৰে কৰিলা স্বদেশ চহকী, মনেৰে মনক কৰিলা জয়; দানেৰে তুমি যি খিয়াতি ৰাখিলা ● নজহে নপমে অহা নাই কোন, নপৰে ক্ষয়। যোৱা নাই কোন, সকলো আহিছো সকলো যাম; তুমিও আছিল৷ তুমিও গলাগৈ তথাপি তোমাক ইয়াতে পাম। *.

  • ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাৰ মৃত্যুত।

[ 22 ]