পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৌন্দৰ্য্য আৰু কবি সৌন্দৰ্য্য, কত আভা, কত প্ৰভা, মনোলোভা মনোৰমা, কত কবি, কত ছবি, যাচে চুম! নিৰুপমা, কত অলি, পৰি ঢলি, প্ৰাণ-ঢালি প্ৰেমে পমা, মাতে সখি, আছে৷ ৰখি, আহা প্ৰিয়ে প্ৰিয়তমা! —ইয়াতো কবিৰ প্ৰাণ ইনাই বিনাই ফুটুকা ফুলতে৷ দেহি ফেঁটী সাপ পায়।

কবি, শান্ত জুৰ, সুমধুৰ, মোৰ সুৰ প্ৰেমে পূৰ, হে চতুৰ, কাৰ্য্যচোৰ, কিয় টোকা সৌ হিৰণ, চৌ-কিৰণ, মৌ-মিলন চকুলোৰ? নোহে দূৰ, ত্যজি দ্বেষ, হিংসা-বেশ, চোৱা ঘূৰি স্বৰ্গপুৰ। —নোৱাৰা সাধিব কৰি সৌন্দৰ্য্যৰ নাশ, সৌন্দৰ্য্য আপুনি হব আপুনি প্ৰকাশ! [ 6 ]