এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১। শোণিতকুঁৱৰী
২। কাৰেঙৰ লিগিৰী
৩। লভিতা
৪। ৰূপালী
৫। নিমাতী কইনা
৬। জ্যোতিৰ্ধাৰা
—ওলাবলগীয়া:—
৭। জ্যোতি-ৰামায়ণ
৮। জ্যোতি সাতশৰ (চুটি গল্প)
৯। চন্দ্ৰকুমাৰ (জীৱনী)
১০। লুইতৰ পাৰৰ অগ্নিসুৰ (কবিতা)
১১। জ্যোতি-সঙ্গীত
১২। জয়মতী (নাট)
পুঃ— আৰু কাৰোবাৰ হাতত কিবা থাকিলে সোঁৱৰণী সন্থাৰ সম্পাদিকাৰ নামত তেজপুৰ ঠিকনালৈ পঠাওক।
জ্যোতিপ্ৰসাদ সোঁৱৰণী সন্থা
তেজপুৰ