পৃষ্ঠা:ৰূপালীম.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১0
[প্ৰথম অঙ্ক
ৰূপালীম্‌

খোজে আৰু জুনাফাৰ কঠোৰ চকুৰ শাসনত যাবলৈ সাহ নকৰি কান্দো কান্দো হৈ ঠুনঠুনাই উচপিচায়। )

ৰূপালীম্‌। ( বলেৰে মায়াব’ৰ ফালে আগবাঢ়ি ) ময়ো যাম। ময়ো চিকাৰলৈ যাম।

জুনাফা। ( কাপোৰ আজুৰি টানি আনি ) নোৱাৰ। নোৱাৰ।

ৰূপালীম্‌। আপু—

জুনাফা। নো—ৱা—ৰ।

ঐক্যতান