পৃষ্ঠা:ৰাম-মালিকা.djvu/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাননী

 তলত নাম লেখা পুথিৰ বাজেও আমাৰ ওছৰত ইংৰাজী, বঙ্গলা, নাগেৰী, নানা তৰহৰ স্কুলৰ পাঠ্য পুথি, কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, ভাৰত, পুৰাণ, নাটক, উপন্যাস, সঙ্গীত, ছবি, চিয়াহি পেঞ্চিল, হেন্দোল, নিব, মেপ, একসাইজ বুক, নানা ৰকমৰ সুগন্ধি তেল, আৰু নানা ৰকম ঔষধ, যাক যিলাগে এখনি চিঠি লেখি পঠোৱা মাত্ৰ সকলো শীঘ্ৰ ভিঃ পিঃ ডাকত পাব।

ৰিপুঞ্জষ স্মৃতি অসমীয়া
ভাঙনী সহ
অদ্ভুত গনণা জ্যোতিষ নানা

তৰহৰ মঙ্গল ৰাম কণ্ডলি সহ
ধোল মৃদঙ্গৰ মালিতা
কথা ঘোষা
ৰাম বনবাস
সীতাৰ বনবাস লবন দৈত্য
লবকুশৰ বুদ্ধ সহ
সীতাহৰণ পদ্য
উবাহ তত্ব, সম্বন্ধ বিচাৰ
অসমীয়া স্তৱ কৱচ
সৰ্ব্ব ব্যাধিৰ মূল মন্ত্ৰ
গুপ্তসাৰ ভক্তি পুথি


১৲


॥৹
৷৶৹
॥৹
॥৹
বধ
৷৶৹
৷৶৹
৷৹
৷৴৹
৶৹
৷৶৹

আশীৰ্বাদ
বহুৱালী শিক্ষা
বৃহৎ বালীবধ
ধ্ৰুব চৰিত্ৰ
ষুধা ভাষ্য
জন্ম নিৰ্ণয়
অসমীয়া নিদান
ভক্তি তত্ত্ব দৰ্পণ
গুপ্তমালা
৺শ্ৰীশ্ৰীগোপাল দেৱৰ চৰিত্ৰ
৺শ্ৰীযদুমনি দেৱৰ চৰিত্ৰ
গীতাগুণমালা
সন্তাৱলী গুনমালা
গীতা
বৈষ্ণবী কীৰ্ত্তন

৷৹
৷৹
৷৶৹
৷৶৹
৷৶৹
৷৶৹
॥৹
॥৹
॥৹
২॥৹
২॥৹
৷৶৹
৷৹
১৲
॥৹

 পোৱাৰ ঠিকানা−

শ্ৰীতীৰ্থনাথ গোস্বামী।
ধলৰ সত্ৰ জেনাৰেল এজেঞ্চী জোৰ হাট গটঙ্গা পোঃ।