পৃষ্ঠা:ৰাম-মালিকা.djvu/১০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জাননী

 গৰলৰ অতি প্ৰমাণী দৰব। যিমান দিনৰ পুৰনা গৰল মোৰ হক এই দৰব লগালে দুদিনতে কেনিবা যাব। দাম চিচাত ৷৹ আঠ অনা।

 পেলুৰ দৰব। সকলো ৰকমৰ পেলু বাজ হয় প্ৰতি পাকেট দৰবৰ দাম ৵৹ চিচাৰ দৰবৰ দাম ॥৹ আঠ অনা।

 মৰকা মোৰনীৰ দৰব। এই দৰব ঘঁহামাত্ৰ মুৰকামোৰনী তৎক্ষণাৎ যাব চিচাৰ দাম ॥৹ আঠ অনা।

 জ্বৰৰ দৰব অতি প্ৰমাণী “জীবন বান্ধব” এই দৰব ব্যৱহাৰ কৰিলে এদিনতে জ্বৰ এৰি ১—৩০টা বড়িৰ দাম ॥৵৹ দশ অনা জ্বৰ বজ্ৰ প্ৰতি চিচাৰ দাম ৸৹ বাৰ অনা। জ্বৰ একেদিনাই এৰিব।

 স্কেবিজ কিওৰ। যেনে ৰকমৰ গেলা পছা ঘাহক এই দৰব লগোৱা মাত্ৰ শুকাব চিচাৰ দাম ৵৹ ছয় অনা।

 দন্তশূল্পান্তক। দাঁতৰ বিষত যি পানী এটোপাকে খাব নোৱাৰে সেই সকলে তুলাৰে এই দৰব লগোৱা মাত্ৰ তৎক্ষণাৎ বিষ কেনিবা যাব দাম চিচাত ১॥৹ টাকা।

 ঠিকনা:—শ্ৰীতীৰ্থনাথ গোস্বামী, ধলৰসত্ৰ, গটঙ্গা পোঃ