ৰামনবমী নাটক ৩৭ সইতে কেনেকৈ প্ৰীতি ৰাখিব লাগে নেজানে। কাকত নেলেখে মিচাই কয় লেখিছো। মাখত হে ককাই। ভিতৰলৈ যোৱা যদি “একো নাই ৰূপাই।” ৰাম। তাকেতো বন্ধো। ময় মনত বৰ ৰেজাৰ পাইছোঁ। কাম। সি কথা এৰি পেলোৱা। হাবিলাষ পলয়াঁও। কেইদিনমান তোমাৰ সৈতে থাকি মনৰ ৰাম। মোৰ এই মাহৰ পেৰা মনতো বৰ উদ্বিগ্ন হইছে একোতো সখ নেলাগে। সব দাই হাঁহি মতি থাকিবলৈ ইচ্ছা যায় কিন্তু তেনে কৰিলেও অলপতে বেজাৰ ধৰে। তাৰ পৰা আকৌ অকল সৰিয়া হই থাকোঁ গই। তাতো সুখে নাপাওঁ। যত ততে বৰ অসখেই হে কাল যাই। কাম। তুমিনো ইয়াৰ কিবা কাৰণ অনুভৱ কৰিব পাৰিছানে? ৰাম। নাই একোকে কব নোয়াৰোঁ। কাম৷ ময় এটা অনভব কৰিছোঁ। বোধহয় সেইটো অবশ্যে হব। নতুবা জৰ-নৰীয়া একো নাই শ,দাই এনে কিয় হ'ল। ৰাম। কোয়া চোন! মোৰে শপত কি? কাম। এতিয়া তোম৷ৰ যৌবনকাল উপস্থিত। বিশেষতঃ (৭) বসন্তকাল! যি সময়, পথ্য নহলে নীয়া পৰিবৰ আতি সম্ভব। ৰাম। কিনো? নব,জিলোঁ ভালকৈ কোয়া চোন? কাম। এঃ তাকে নব,জিলা। পঢ়া নাইনে? “বসন্তে ভ্ৰমণং পথ্যং অথবা অগ্নি সেবনং অথবা যবতী নাৰী অথবা নীব ভোজনং॥ তুমি যি কালত ভৰি দিছা ই সকলোতকৈ বিষম। লগত বেতী ভাষা নহলে একোকে ভাল নেলাগে। যি যবোৰ যাবতী আছে তালৈ চাবা চোন। তাৰ অইন হেজাৰ অসংখতো সখে। নতুবা অন্য প্ৰকাৰ সখে দিবপৰা বস্তু থকাতো অসংখ্য পোয়া যায়। ৰাম। মোক ভেঙ্গাচালি কৰিচানে কি? কাম। নহয়! ই ভেঙ্গ চালি কৰা কথা নহয়। তুমি ন মানহে বাজা নাই। থাকা পিছে বাজিবা। ৰাম। তেনে হলেও মোক তেনে নেভাবিবা। অ! বন্ধো! শিবৰাতিলৈ কেই- দিনমান আছে?
পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/ff/%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A6%AC%E0%A6%AE%E0%A7%80_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf/page8-1024px-%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A6%AC%E0%A6%AE%E0%A7%80_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf.jpg)