ৰামনবমী নাটক ৰামচন্দ্ৰ। শ্ৰীগ,ৰো! শ্ৰীৰো! শ্ৰীগ,ৰো! সূৰ্য ৰাতি পয়াল, সূৰ্য্য উদয় হল ময় ইহাতে শ,ই থাকিলে॥ শিব পূজা কৰাও নহল। পিতা বা কি বোলে বন্ধ,য়েও নেমাতিলে। ( কাতি হই পশ্চিমৰ ফালে নিৰীক্ষণ কৰি সাৰ্য্যক চকা পাটত বহা দেখি ) নে-নহয়। এটা সাৰ্য্য অস্ত আৰু এটা উদয় হব নেয়াৰে। এইটো চন্দ্ৰহে উদয় হব ধৰিছে। চন্দ্ৰই বা কেনেকৈ হব? আজি কৃষ্ণপক্ষ। চতুদশী শিৰাত্ৰি। এনেইবা কিয় হব? সম।জিক দেখিছো নে কি? না সিও নহৰ। বন্ধ, আৰু অলপতে মঠে ফলে তুলিবলৈ গইছে। এতিয়াই আহি॥ চাও কি হল। ( পিছত নৰ্মী কিছ, ওচৰলৈ অহাত মনষ্যৰ আকাৰ হেন দৃষ্টি কৰি ) আহা! ধন্য। ধন্য৷ এই জনা অপেৰা স্বৰ্গৰ পেৰা নামি, সৰোবৰ্তমা এই স কৰিবলৈ আহিছে। ময় ইয়াতে টোপনীৰ ভাও যৰি থাকোঁ পিছত- দেবতা নে, গন্ধব্ধ নে, মানহে জনা যাব। ( এই কলি টোপনীৰ ভাও ঘৰি ৰল। ) নৰ্মী। এই জনানো কোন? নাগেশ্বৰৰ তলত ফলনী পহৰ কৰি আছে ময় কেনে কই ওচৰলৈ যাঁও। (২৩) নহৰ পাত আনিব লাগে। ওঁ মান,হহেন – হে দেখিছোঁ কিন্তু সংসাৰত যিবিলাক মানহ দেখোঁ সেই সকলোতকৈ এওঁক পৃথক যেন দেখোঁ৷ এওঁৰ শৰীলত দৈব শক্তি আছে। নতুবা এনে নহয়। তেওঁ শাই আছে এবেলি তেওঁৰ ওচৰেৰে গা মাৰি যাঁও। তাতে ভালকৈ দেখিম। ( এই বুলি ৰামচন্দ্ৰৰ ওচৰেৰে গা মাৰি গল বাঁওতে অবশ্যে মানহে তাত কোনো সন্দেহ নাই। তে মনে মনে ) এ ও অবৰে ৰাম। ( তদ্ৰপ ) অঃ ছাঁ আছে। অবশ্যে মানহ। কিন্তু এটা কথা এওঁক যিৰূপে বয়সিয়াল দেখা গইছে সেই ৰূপ অলংকাৰাদি একো নাই। বোধহয় স্বামীহীনা হব পায়। অঃ অবশ্যে হয়। কপালত সেন্দৰে নাই হা। কিয় তেওঁৰ প্ৰতি স্নেহোদয় হইছে? নবমী। ( তপে ) হৃদৰ ইমান চঞ্চল হইছ। কিয়? ৰাম। ( তপে ) এওঁৰ পৰিচয় লোয়া নিতান্ত আবশ্যক। কেনেকেই লও। কেনো কথা আৰু বন্ধ, এতিয়াই আহিব। ময় যদি এওঁত উপযাচক হই- আগবাঢ়িগৈ শোধে। এওণেইবা কি বলিব? বন্ধু নইবা কি বলিব?
পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/ff/%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A6%AC%E0%A6%AE%E0%A7%80_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf/page19-1024px-%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A6%AC%E0%A6%AE%E0%A7%80_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf.jpg)