পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বামনধৰ্মী নাটক ৪১ সকলো আছে। সখীয়ে সকলো পঢ়া নাই। এতিয়া মাঠে ৰামায়ণৰ আদিকা'ডহে পঢ়িবলৈ ধৰিছে। ফলে। নহলে মোত কবি ময় কিনিবলৈ পয়সা দিন। জয়ন্তী। বাৰু। লে। তাসমিয়া পাৰ্থী পঢ়িছনে কিবা? ফলে। জয়ন্তী। ময় কেইখনমান পঢ়িছো। সখীয়ে হলে হাতে লেখা পঢ়িব নোৱাৰে “অসমিয়া লৰাৰ মিত্ৰ” আৰু মাজে মাজে “অৰুণোদয়ো” পড়ে তাত অনেক ভাল ভাল কথা আছে। নামী। আই! সখীয়ে নাম দিবও পাৰে। মাতোটীও ভাল। পদো সৰহ জানে। আৰু কুমলী আইটীৰ বিয়াৰ দিনা এনেহে যোৰানাম দিছিল দৰা ঘৰীয়া বিলাক কান্দি গল। ফালে। অসমিয়া পাথী পঢ়িলেহে পদ শিকিব পাৰি। আই নবমী! তৰও পঢ়িবি। নবমী। ছাপা নহলে ময় পঢ়িব নোয়াৰোঁ। ফলে। আমাৰ গয়াহাটীতো হন, ছাপা আনিংলৈ কিবা যতন কৰিছিল। সিদিনা বৰবপায় কইছিল। আই জয়ন্তী! তয় শনিছনে কি হল? জয়ন্তী। আমই! ময় সিদিনা শনিলো বোলে তাকে কৰিবলৈ কিবা হ এখন সভা পাতিছিল, তালৈ বৰ বৰ দৰ্মহা খোয়া মানহ তিনটী কি চাইটীত বাজে কোনো নগল। কাবো হন, জাকালী বৰ ৰদ হল। কাৰো হৃন্দ, মৰে বিষালে এই দৰেই নগল। পিছে [১৩] সেই সভা তেনেই তললৈ গল। আম৷ৰ ইয়াৰ মানহে জানো তেনে কথালৈ মন দিয়ে? ফালে। তাকেতো আইহে! কাৰ কত কি হল, তাকে সৰহ ভাগে খোজে। আদ হলা গছ পালেই বাগি কুঠাৰ মাৰে। নবমী। আই! উদাসী সখীক নমতালী : ফালে। মতাইছিলোঁ। তাই হন, আজি নোয়াৰা হইছে। ( জয়ন্তীৰ প্ৰতি ) আইটী তয় আৰু উৰ্ব্বসী দইও আহি ইয়াতে পঢ়ি শনি উমলি থাকিবি। জয়ন্তী। বাক আমই আহিম। ময় নাহিলে জীকাফ, লীক পঠাই দিম। সখীকে পঠাই দিবা। আজ আমই সখীক এনে দেখিৰ নোয়াৰোঁ। সদাই