৬২ ৰাজ অনতি ম জীয়েকক বিয়া কৰোৱা সমাজ স্বীকৃত। সিংভূম জিলাৰ ‘হো’ জাতিয়ে দ্বিপক্ষীয় ক্ৰম কাজিন মেৰেইজব্যৱস্থা দিয়ে যদিও মায়েকৰঞ্জীয়েকক বিয়া কৰোবাইঅতিত। মণিপু ‘ পুল জাতিয়ে অত্যকিস্তাৰ ক্ৰহ কাজিন মেৰেইজ’ কৰে। তেওঁলোকে মাকৰ ভায়েকৰ জীয়েকক বিয়া কৰায়। আন প্ৰথা ধৰ্মীয় নীতিৰ ফালৰ পৰা নিষেধ।কু জাতি ‘হু কাজিন মেৰেইজ’ সৌষ্ঠৱপূৰ্ণ বৈচিত্ৰ্য। তেওঁলোকৰ মাজত কোনো সামঞ্জস্য দেখা নাষায়।মহলী’জালিমাজত এইবিধিব্যৱস্থা নোহোৱা নহয়। তেওঁলোকেও মাকৰজীয়েকক আৰু বাপেকৰ ভনীয়েকৰ জীয়েকক বিয়া কৰায়।বৰ্তমান তেওঁলোকে এই বিবাহ প্ৰথা পছন্দ নকৰে।জাতীয় মৰ্যাদাৰক্ষাৰকাৰণে তেওঁলোকে এই বিধি ব্যৱস্থা সংস্কৰকৰিবলৈ বিচাৰিছো বৈদিক যুগতো ক্ৰছ কাজিন মেৰেইজ’ৰ ব্যৱস্থা আছিল। কিন্তু মনুৱে এই বিবাহ বিধিৰ বিৰোধিতাকৰিছিল। তেওঁ মনুসংহিতা’ত লিপিবদ্ধ কৰি গৈছে‘এজন মানুহ বাপেকৰ ভনীয়েকৰ জীয়েকৰ লগত নাইবা মাভনীয়েকজীয়েকৰ লগত নাইবা মাকৰ বায়েকৰবা ককায়েকৰ জীয়েকৰ লগত বিবাহ বন্ধনত আৱদ্ধ হোৱাটো এটা মহাপাপ। কাৰণ তেওঁলোেক আত্মীয়। যিজনে এই প্ৰথামতে বিয়া কৰায় সি অধঃপতিত হয়। ২৫ আনহাতে ব্ৰাহ্মণ্য যুগতো ধৰ্মশাস্ত্ৰ’আৰু মনুসংহিতাত হকাজিন মেৰেইজৰ ব্যৱস্থা স্বীকৃত আছিল যদিও অখ্যাতি লাভ কৰিছিল। মাত্ৰ দেশৰ যিকোৰ অঞ্চলত অদ্ভুত সামাজিক বিধি ব্যৱস্থা বিবেচিত হৈছিল, সেইবোৰ অঞ্চলতহে এই প্ৰথা প্ৰচলিত আছিল। ক্ৰহকাঞ্জিন মেৰেইজ’ প্ৰথামতেৰাভা সমাজত মাকৰ ভায়েকবাককায়েমজীয়েকক অৰ্থাৎ মোমায়েকৰ জীয়েককহে মাথোন বিয়া কৰাব পাৰে। সেই কাৰনে তেওঁলোকে কয়— “মামাৰ বেটী কালাই শাক”। তাৰ অৰ্থ ৰাভাসকলৰ কালাই শাক (মাটি মাহ) অতি প্ৰিয় খাদ্য। আলহীক কুকুৰা মাংসেৰে কালাই শাক ব্যঞ্জিত কৰি ভাত খুৱাব পাৰিলেহে আলহী অভ্যৰ্থনাৰ সন্মান আৰু সাৰ্থকতা হয় বুলি ভাবে। তদ্ৰপ মোমায়েকৰ জীয়েকক পত্নীৰূপে এহণ কবি পৰাটোও অতি ভাগ্যবান আৰু প্ৰিয় মিলন কথা। মোমায়েকৰ জীয়েকক বিয়া নকৰাই আন দূৰ সম্বন্ধীয় মানুহৰ জীয়েকক বিয়া কৰাবলৈয়ো সমাজে স্বীকৃতি দি আহিছে। মাথোন একে বায়’ বা ‘হুহুগ’ আৰু একে গুৰিবা ছুৰু’নহলেই হল। বৰ্তমান শিক্ষাৰ আৰু সভ্যতাৰ ৰেঙনি পোত এচাম শিক্ষিত ৰাভা সমাজে কয় যে 20 Gnigson, W.V.: 'The Mana Gods of Bastor.' pp. 234-247. 23 Majumder, D.N.. 'The Affairs of a Toibe' p. 126.
- Das, T.C . 'The Purums' p. 241
Emencan, M.B.: Kinship and Marriage among The Coorgs.' Letters Vol. IV. p. 127. 18 Sengupta 'Syarn kanti' 'An Exposition of changes in Spclo-religious Status of Schodoled Tribe, Vol. XIII, NO. 4. pp 332-341. Re Kapachia, K.M. op.cit, p. 125.
- Ibid. p. 125.