পৃষ্ঠা:ৰাভা জনজাতি.djvu/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূমিকা ১৩ আহিছিল। তেওঁলোকে আংশিকভাৱেবাসম্পূৰ্ণভাবেআদিবাসী অট্ৰোলিয়’জাতিক নিঃশেষ কৰিছিল আৰু তাৰ পিছত ৰাভা, গাৰৰ আদিৰ দৰেনানা জাতিৰ সৃষ্টি হৈছিল।বড়ো গোষ্ঠীৰ মানুহবোৰ কেতিয়া কেনেকৈ অসমত সোমাল ভালদৰে জনা নায়ায়। গাৰোসকলৰ মাজত প্ৰচলিত আখ্যান মতে তেওঁলোক আদিতে তিব্বতীয় অঞ্চলত বাস কৰিছিল। তাৰ পৰাই তেওঁলোক আহি অসমত সোমায়। অইন জনজাতীয়বোৰ মাজতে এনে কিছুমান কিম্বদন্তি আছে। সেইবোৰ যিয়েই নহওক এইটো ঠিক যে, বড়ো গোষ্ঠীৰ মানুহবোৰ একে সময়তে আৰু একে বাটেৰেই সোমোৱা নাছিল। দলে দলে এটাৰ ফিচত এটাকে তেওঁলোক অসমৰ উত্তৰ-পশ্চিম কোণৰ পৰা আহিছিল। ৰাভাসকল কোন? ক'ৰ পৰা আহিল? অসমৰ কোনকোন জাতিৰ লগত এওঁলোকৰ সম্বন্ধ ইত্যাদি নানা জনে নানা ভাবে কৈ মতভেদৰ পাতনি মেলি গৈছে। কেইজনমানৰ মতামত ইয়াতে উল্লেখ কৰিলে কথাটো বুজিবলৈ সুবিধা হ'ব। ভোঃ কৰ্ণেল'ৰাভেল মতে- ৰাভাসকল কছাৰীসকলৰ এটা ঠাল মাত্ৰ। তেওঁলোেক প্ৰায় হিন্দু হৈ গৈছে। কিন্তু সেই হিন্দুৱানা কোঁচসকলতকৈ কম প্ৰকট। ... ড° গ্ৰিয়াৰচনৰ মতে- ৰাভা কছাৰীৰৰ হিন্দু নাম এটা। ৰাভা নামে খচিত বহুত মানুহ আচলতে কছাৰীহে। ‘গেইট’ চাহাবে লিখিছে- ৰাভাসকল ‘টোটলা’ বা ‘দাতিয়াল কছাৰী নামেও জনাজাত। বাডেলও এই কথা মানি লৈছে। মেজৰ প্লেফেয়াৰে' লিখা ‘The Garos কিতাপখনত ৰাভা আৰু গাৰোৰ মাজত থকা ভাষাগত আৰু কৃষ্টিমূলক সাদৃশ্যৰ কথা বিশদভাৱে আলোচনা কৰা আছে। তেখেতে আঙুলিয়াইছে ৰংদন' (ৰাভাৰ এটা ভাগ) আৰু ‘আটং’ (গাৰোৰ এটা ভাগ) দেৱানৰ মাজত থকা সাদৃশ্যলৈ চাই। ৰংদানি ৰাভাসকল থাকে গাৰোপাহাৰ জিলাৰ উক্ত সীমাত আৰু ‘আটং’ সকল থাকে সেই জিলাৰ দক্ষিণ পূৱ সীমাত। দুয়োটা জাতি ইমান দূৰে দুৰে থকা স্বত্বেও ভাষাগত সাদৃশ্য থকাটো বিশেষ মন কৰিবলগীয়া। তেখেতৰ মতে আটং, গা (গাৰোৰ আন দুটা ভাগ), ৰংদানি আৰু কোঁচৰ পূৰ্বপুৰুষ একেই।‘ফ্ৰেণ্ড পিৰোই’ সংগ্ৰহ কৰা আখ্যানটোৱেও ‘প্লেফেয়াৰৰ কথাটোকে সমৰ্থন কৰে। ৰাভাৰ স্বকীয়তাৰ ফালৰ পৰা ড° ভুবমোহন দাসে কয়—“এইদৰে ফঁহিয়াই চালে দেখা যায় যে, এদলে কয় ৰাভা কছাৰীৰ ঠাল এটা; আকৌ আনটো দল গাৰেহে ঠাল বুলি কব খোজ। মিঃ গেইটে এই মতামতবোৰ সাৰণ এইদৰে কৈ গৈছে নামনি অসমৰ গোৱালপাৰা জিলা) ভাসকলক গাৰৰ ঠাল বুলি ধৰা হয় আকৌ কামৰূপ আৰু দৰঙৰ ৰাভাসকলক হিন্দু ধৰ্মৰ ফালে খোজ লোৱা এল কী বুলি বিবেচনা কৰা হয়। এইটো ঠিক যে, ৰাভা বড়ো’ গোত অন্তৰ্ভুক্ত কিন্তু সেই গোষ্ঠী কোনটো জনজালি লগত ৰাভাসকলস ভালদৰে জনা নেয়। যাৰ নিজৰ ভাৰ আছে। অৱশ্যে এই ভাবা তেওঁলোকে লাহে লাহে পাহৰি যৰ ধৰিছে। ক এনে হিন্দু ধৰ্ম লবলৈ ৰা হোৱৰ কোনো যুগিত কাৰ নাই। মুঠতে আজ এ পৃথক অতি বুলি অনুমান হয়।”