পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূমিকা বাসকৰিছিল।ঠিক সেইদৰেই ৰাসকলৰলগত গাৰৰসকলেসদাৰীকৰে যে তেওঁলোক পুৰ্বপুৰুষ ‘সোৱে-ৰোৰ বংশধৰ।” ১৫ এই সম্পৰ্কত তেখেতে মন্তব্য প্ৰকাশ কৰে-“মিঃ গেইটে তেওঁৰ ১৮৯৯ চনৰ Census Report of Assam ত প্ৰসঙ্গক্ৰমে উল্লেখ কৰিছে যে ৰাভাৰ টোটলা আৰু দাতিয়াল কছাৰীৰ নাম মই কতত শুনা নাই আৰু বহুবছৰ ধৰি ৰাভাৰ মাজত কাম কৰি ৰেঃ ষ্টেফেনেও নাজানে।”ৰাভা আৰু গাবাৰ মাজত ভাষা আৰুকৃষ্টি সাদৃশ্য আঙুলিয়াই কৈছে যে তেখেতে ৰাভাৰ এটা শাখা বানিয়া’ আৰু গাৰোৰ দুটা শাখা—আটং’আৰু ৰগাৰ মাজত ভাষাগত সাদৃশ্য দেখিছে। তেখেতে কৈছে-“যেতিয়া মই কছাৰীসকলৰ লগত গাৰসকলক শ্ৰেণী বিভাজন কৰে, তেতিয়া অনুমান হয় যে তেওঁলোকে আদিম বড়োৰ প্ৰতিনিধিত্ব কৰে। মই ভাবো মে আটং' আৰু 'গাসল’ এটা বেলেগ বংশৰ, আৰু তেওঁলোকৰ সাধাৰণ মূল আছেআভা আৰু কোঁচৰ লগতহে।” তেখেতে আকৌ ‘ডেল্টন’ৰ Ethnology of Bengal ত থকা মন্তব্যখিনিও উল্লেখ কৰিছে- ই নিঃসন্দেহ যে পানীকোঁচসকল বড়ো ফৈদৰ। তেওঁলোক অধিকভাবে ৰাভাসকলৰ লগত মিশ্ৰিত। গ্ৰীয়েৰছৰ মন্তব্যখিনিও উল্লেখ কৰিছে-“কোঁচকলে কোঁচৰমূলশব্দাথ হেৰাই পেলাইছে আৰু এতিয়া বড়ো বুলি প্ৰকাশিত হৈছে। তেওঁলোকে স্বকীয় ভাষা পৰিত্যাগ কৰিছে। তেখেতৰ মতে কোঁচসকল ছয় শাখাত বিভক্ত। যেনে-১)হগিয়া,(২)সাতপুৰীয়া, (৩) দাসগয়া, (৪) চাপৰা, (৫) ওৱানাং আৰু (৬) তিমতেকীয়া। লিছেকীয়াৰ বাহিৰে সকলোৱে প্ৰায় এোৰেই তেওঁলোকৰভাষা পৰিত্যাগ কৰিছে। আনহাতে নিতেকীয়াসকলে কোঁচ ভাষাত কথা কয় আৰু তেওঁলোকৰ ৰীতি-নীতি আৰু পোচাক-পৰি আন শাখা স্বজাতীয়সকলৰ লগত বহুখিনি পাৰ্থক্য।” ১৮ ‘গেই সংক্ষেপে কৈছে-“প্ৰচুৰ পৰিমাণে সন্দেহ দেখা যায়, এই ৰাভাসকল প্ৰকৃততে কোন?নামনি অসমৰ ৰাভাসকলক গাৰোসকলৰ প্ৰশাখা বুলি নিশ্চিত কৰা হয়, আৰু কামৰূপ আৰু দৰঙৰাভাসকলক হিনীতিৰফালৰপৰা কছাৰী বুলি অনুমান হয়। তেওঁলোক বড়ো’ ফৈদৰ, ই নিশ্চিত। কিন্তু এইটো স্পষ্ট নহয় যে ৰাভাসকল আন শাখাবিলাকৰ লগত পাৰস্পৰিকভাৱে অতি ওচৰ সম্বন্ধযুক্ত। যদিও কিছুমান গাৰৰ আৰুকছাৰীৰাভা হৈছে ঠিক আনফালে কোঁচো হৈছে। এইফালৰ পৰা এইটোকিচেন হয় যে ৰাভাসকল বস্তুতঃ এটা আদিম জাতি।”” কোচ জাতিৰ বিষয়ে কোনএঠাইত কৈছে-“বৰ্তমান দিনত ‘কোচ’ শব্দ দুই প্ৰকাৰ অৰ্থযুক্ত। অসমত ই এটা হিন্দু জাতি নাম হৈছে—যিটো কবী, লালুং, মিকি আৰু আন আন জাতি পদ-মৰ্যাদাৰ গা হিন্দুতে > Playfur: op. cil. p. 16 > Playfur. op.cit p. 19. 39 Playfmr : op. cit. p. 22. > Playfair : op.cit p. 22. » Gait : Cews of Amer, 1891. Vol. 1. Reports. pl. ll. p. 232