পৃষ্ঠা:ৰাভা জনজাতি.djvu/১১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ ৰাভা জনজাতি কুষ্ঠৰোগ হলে তাৰ পৰা আৰোগ্য পাবলৈ এই দেৱতাক পূজা কৰা হয়। এই দেৱতাৰ পূজা কৰিবলৈ হ'লে দুজন মানুহে অংশ গ্ৰহণ কৰিবলগীয়া হয়। এজনে অৰ্পণ কৰে আৰু আনজনে বলি দিয়ে। এটা গাহৰি নাইবা এটা ডেকেৰা কুকুৰা বলি দিয়া হয়। এই পূজা ৰোগী তথা ঘৰৰ নিচেই ওচৰতে কৰা হয়। (৮) বিথম বায় (খুমি বায়)। যেতিয়া কোনো মানুহৰ কুকুৰীকণা, চকু উঠা নাইবা চকুত ঘা হয়, এইবোৰ চিকিৎসাৰ বাবে ঘৰৰ বান্দাতে এই দেৱতাৰ পূজা কৰা হয়। সন্ধ্যাৰ পিছত গভীৰ অন্ধকাৰ ৰাতি এই দেৱতাৰ পূজা কৰি এটা কুকুৰা বলি দিয়া হয়। মদে অৰ্পণ কৰা সন্ধ্যাৰ সময়ত সদায় জৰ হৈ থাকিলে চোতালত আন এক ধৰণে এই পূজা কৰা হয়। এটা কুকুৰা বলি দিয়া হয়। লগতে ঠাকুৰ, চৰী আদি দেৱ-দেৱীলৈ প্ৰসাদ আগবঢ়ায়। বতা কনৰ কাৰা মণ্ডপ তৈয়াৰ কৰে। পিঠাগুৰিৰে আলগা তৈয়াৰ কৰে। মালঞ্চি ( খুৰ) গৰ অৰা মণ্ডপ সজায়। * শিল মণ্ডপৰ মাজত দিয়ে। মদো অৰ্পণ কৰা হয়। মদ মাথাকিলে মদৰ বাধকে পানী মিহলাই দিয়ে। (১) যিয়ালী ৰায় (বিহী) : সাধাৰণতঃ বাত বিষত এই দেৱতাৰ পূজা কৰা হয়। কেননা মানুহৰ গাঁঠিত বিষ হলে এই পূজা কৰা হয়। জঙ্গল বা হাবিতহে এই পূজা কৰা হয়। পূজাত অংশ গ্ৰহণ কৰোতাসকল সংখ্যা ব’ দেৱতাৰ পূজাৰ দৰেই অযুগ্ম সংখ্যক হ'ব লাগে। এটা ক'লা কুকুৰা নাই এটা গাহৰি নাইবা এটা কা দ্বাৰা এই পূজা কৰা হয়। (৩) মিগ্ৰা বাৰ। যি কোনো ৰ আৰোগৰ বাবে এটা কুকুৰা বলি দি এই পূজা কৰা হয়। (১১) কুৰে ৰাম। অৰ্শ বা বদহজমী হলে এই দেৱতাক পূজা কৰা হয়। ধন ধেৰে মানুহৰ দৰে এটা অকা তৈয়াৰ কৰা হয়। এটা কুকুৰা পোৱালি বলি দি পূজা কৰা হয়। কোনো কোনো ঠাইত এটা ডাঙৰ ৰস ডেকেৰে পূজা কৰে। ডেকে কুকুটো বলি দি তাৰ যকৃটে পুৰি মিঠাতে সানি তেল দিয়া হয়। আৰু তাৰ নাড়ী- ভুৰোৰ ধন খে মানুহৰ কটাক পি ই হৈ আহে। ফলপি হোৱা লাইনেই কুৰে নেতাই আক্ৰমণ কৰ বুলি আবি এই পূৰে। এই পূজা সদা বাণীৰ কেৰ ৰাৰ শোহা আলত হয়। পূ কৰি আহি গীকে এই যে ভাল হৈছে নে মই তেতিয় শেলেৰে। দিন গানে অল হৈহ। বেয়ে জল