ৰাভা জনজাতি প্ৰথম তাৰ ভূমিকা- আতিগুৰি ভাৰতৰ সংবিধানত ৰাভা এটা জনজাতি হিচাপে স্বীকৃত। ৰাভা জাতিৰ মানুহ অসম, মেঘালয় আৰু পশ্চিমবংগৰ বিভিন্ন ভৌগোলিক পৰিবেশত অৰিত হৈ আহে। ১৯০৩ bayo sapro Linguistics Survey of India Vol. III, Pt. IH (Grierson ৰ) সন্নিবিষ্ট মানচিত্ৰখনতো বৰ্তমান গাৰোপাহাৰ জিলাৰ ফুলবাৰীৰ পৰা দক্ষিণ কামৰ ৰাণী’ নামক ঠাইলৈকে গাৰোপাহাৰ আৰু খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমান্তবৰ্তী কিছু অঞ্চলক সামৰি এই সুবিস্তৃত অঞ্চল ৰা মানুহৰ বাসভূমি হিচাপে সেউজীয়া ৰঙেৰে চিহ্নিত হৈ আছে। stas bort opstar comment separat foto (Part. II, Chap. X. Page- 232) উল্লেখ পোৱা যায় যে, অসমৰ বড়ো গোষ্ঠীৰ মানুহবিলাক এই প্ৰদেশত অধিক সংখ্যাগৰিষ্ঠ আছিল। তেওঁলোক আলি- (১) কী (২) কে (৩) ভিলা (৪) চুটীয়া (৫) ত (৬) হজং (৭) মহলীয়া (৮) লালুং আৰু (১) গাৰৰ জাতিৰ মানুহ। নৃতাত্ত্বিক তথ্য-পাতি অবিহনে এই শাখাবোৰ জাতীয় সমস্যৰ কথা কোৱা সকলৰ নহয়। কিন্তু তেওঁলোকৰ প্ৰাচীন নৃত্য-গীত, কথাকাহিনী, ভাষা, সমাজ ব্যৱৰেৰেই তেওঁলোকৰ মাজত পৰম্পৰ জাতীয় স যে আমি তাৰেই প্ৰমাণ দিয়ে। অসমত বাস কৰা জনজাতীয় লোকসকলৰ দৰে ৰাও মঙ্গোলীয় ফৈদৰ বড়ো গোষ্ঠীৰেই এটি জনজাতি বুলি বিভিন্ন পতিমণ্ডলীৰ খীকৃত। এইটা ঠিক যে, বড়ো গোষ্ঠীৰ মানুহবোৰ একে সময়তে আৰু একেবাটেৰে অসমত লেগে নালি। দলে দলে এটাৰ পিছত এটাকে তেওঁলোকে অসমৰ উপচি তেল বিলি। এনে তে প্ৰকৃততে ভাসফল কেন?কপ কেনেকৈ আহিলি? নে নে তিন অতএওঁলোকৰঘনিষ্ঠসকাছেইত্যাদি বিনোপলিনেৰেমতামতভেদ সৃষ্টি কৰি গৈছে। তাৰ আগতিযাবে কোন ন নেমত।
পৃষ্ঠা:ৰাভা জনজাতি.djvu/১১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই