পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় জৰাসন্ধ বধি তোৰা সকলৰ পিতৃক মেলাইব ইৰি। অল্পতে গৃহক আসিবো সবাৰো মনত আনন্দ কৰি || যদিবা বালেক নযাস সঞ্জাত ভকতৰ দুঃখ ইহাৰ প্ৰমাণ শুন। কি কৈবো কৃষ্ণৰ গুণ॥১৫৭ তিলেকে৷ নসন্ত শঙ্খচূৰ যক্ষ মাৰিয়া গোপীক মেলাইল। শ্ৰীগোপাল। পিতৃক মাতৃক মেলাইলাহা৷ হৰি বধিয়া কংস বিশাল॥ ৰাৱণক মাৰি বাঘৰ মুৰাৰি খণ্ডিলা সীতাৰ দুঃখ। গজেন্দ্ৰক হৰি কৰিলা মুকুত ছিৰিয়া গ্ৰাহৰ মুখ॥ ১৫৮ আনো আনো যত ভকত সকলে কৃষ্ণত শৰণ লৱে। সবাবো দুঃখক কৰন্ত নিৰ্য্যান এহিমতে তযু তাহাৰা সৱৰ ঈশ্বৰ এন্তে মাধৱে॥ যত ৰাজ মহাদই। কৰিয়ো সত্বৰে গই॥ ১৫৯ গুণগণ গাৱে দুঃখক নিৰ্য্যান ৩৩