পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজপুৰ আপুনি আছাহা যত জগত বিৰাপি | আনাক নোহিৰা প্ৰশ্ন কৰাহা তথাপি॥ ১০৫ আপুনি সজাহা ইটো চৰাচৰ যত। ২৩ সাক্ষী হুইৰা আছা সমস্তৰে হৃদয়ত। জীৱক নিয়ন তুমি কৰা বিদ্যমানে। তথাপিতো লোক প্ৰভু তোহ্মাক নজানে॥১০৬ যিহেতু নজানে তাৰ শুনিও বুগুতি | নজ্বলন্ত বহ্নি যেন ভস্মে আছে পুতি॥ সেহিতে অন্তৰ্য্যামী ৰূপে আছা হৰি। আপন শকতি নিজ প্ৰকাশ আৱৰি॥ ১০৭ কবিলাহা প্ৰশ্ন যিটো নুহি অদভুত। দেখিয়াছে৷ তবু যোগ নায়াক বহুত || কোনে বুজে ভালমতে তোহ্মাৰ নাৱাক। দুঃখ ৰূপে তৰিবাক নপাৰিয়া যাক॥১০৮ আপন নাৰাৰে তুমি দেৱ ভগৱন্ত। কৰা ইটো জগতৰ সৃষ্টি স্থিতি অন্ত || যদ্যপি অসন্ত চৰাচৰ মাৰনিয়। তোহ্মাৰ সম্পৰ্কে সত্ত হেন প্ৰকাশৰ॥১০৯ হেন হবি তোহ্মাৰ নাৰাব নাহি সীনা। তুমি পৰমাত্মা দেৱ অচিন্ত্য মহিমা || তোহ্মাক জানিতে নাহি শকতি আমাৰ। কেৱলে চৰণে মাত্ৰ কৰে৷ নমস্কাৰ॥১১০ বুলিবাহা হওঁ যদি আত্মা অন্তৰ্য্যামী। তেবে কিৰ নিছামায়া চেষ্টা কৰো আমি॥ শুনা দেওঁ ইহাৰ উত্তৰ নাৰায়ণ। তোহ্মাৰ অধীন ইটো যত জীৱগণ॥১১১