পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সম্প্ৰতিক জৰাসন্ধ বুলিবা আপুন বলে সৰ্ব্বদুখ বিনাশন শৰণে পশিলো তোহ্মাৰ মায়ায়ে ঘোব ৰাজসূয় ১৯ তোহ্মাৰ চৰণ এবে ৰাজাজাক। প্ৰভু আবে নিবৰ্ত্তাৱা ভুঞ্জো আমি অনেক কৰ্ম্মজৰী বান্ধি আছে তাক॥ বন্দী কৰি থৈয়া আছে নিকাৰ। আপুনি মেলান হোৱা ইটো শক্য নাহিকে আমাৰ॥৮৭ অযুতেক ময়মত্ত হস্তীৰ সমান বলে সিংহে যেন ছাগলীক আনি। আপুনি গৃহত সিটো অনেক নিগ্ৰহ কৰৈ তুমি আবে মেলায়োক জানি॥ তোহ্মাৰ ভকত বুলি আমাক পীড়য় আতি শুনা তাৰ গৰ্ব্বৰ কাৰণ। তেইশ তেইশ অক্ষৌহিনী সেনা তাৰ ৰণে জিনি পূৰ্ব্বত বধিলা নাৰায়ণ ||৮৮ সুদৰ্শন ধৰি হাতে তুমি জগতৰ নাথে দৰ্পচূৰ কৰিলা তাহাৰ। ঘিণে নকাটিলা ধৰি সিংহে যেন হৰিণক জিনিলাহা সপ্তদশ বৰি!! তুমি প্ৰভু জগতৰ অনন্ত শকতিধৰ মনুষ্য মাৰ্গত ৰতি কৰি। পাছে তুমি একবাৰ যুদ্ধে যেন নপাৰিয়া, কৌতুকে পলাইলা দেৱহৰি ||৮৯