পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় ইসব দুখক দূৰ কৰে হেন আলোচি কৃষ্ণৰ কৃষ্ণ বিনে আন নাই। দিলেক দূত পঠায়॥ পাশক সঙ্গোপে সুধৰ্ম্মা লাল সভাত মাধৱ আছন্ত সমস্ত দিশ প্ৰকাশি। সেহি সময়ত সিংহ দুৱাৰত দত প্ৰৱেশিলা আসি॥৭৫ দ্বিবিত বহিয়া বোলৈ দ্বৰিপাল জানায়ো কৃষ্ণ চৰণে। কৃষ্ণক দেখিতে আমি আসি আছো গোপ্য প্ৰয়োজনে॥ শুনি গৈয়া দ্বাবী কৃষ্ণক প্ৰণামি বোলয় দেৱ আদেশ। তোহ্মাক দেখিতে আসি আছে নাথ মনুষ্য জন বিশেষ॥৭৬ কৃষ্ণৰ আদেশে দ্বাৰী ভেন্তাইলেক আগত আনি সাক্ষাত। দণ্ডৱতে মাধৱক কৰিলেক প্ৰণিপাত॥ শিবে, কৃতাঞ্জলি ধৰি অবনতে দূতে বুলিবাক লৈল। তোহ্মাৰ অৰুণ পদ দৰশনে জন্মৰ সাফল ভৈল॥৭৭