পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় দুলড়ি সেহি সময়ত শুনিয়ে৷ নৃপতি কৃষ্ণত ভকত যেন কথা আত' পাছে। জৰাসন্ধে বান্ধি আছে॥ ৰাজাগণ যত মথুৰাত সিটো কৃষ্ণক যুজন্তে লগত নগৈলা তাৰ। সেহি কোপে পাপী বন্দী কৰি আছে নৃপতি কুৰি হাজাৰ ||৭২ তাহাৰা সবৰ সৰ্বস্ব সকলে আগ্ৰহি আনিয়া ঘৰে। বলৰ দৰ্পত পৰম গৰ্বত কটাক্ষো কাকো নকৰে॥ আন্ধাৰ লগত কৃষ্ণক নুযুজে দেখোক মোহোৰ দন্দি। তাহাৰা সবৰ মাথা কাটি দিয়া পূজিবোহো ৰণচণ্ডী॥৭৩ এহিবুলি ৰাজা গণক নিৰোধি থৈলা গিৰি গহ্বৰত। সমস্ত ৰাজাৰ শৰীৰ সুখাইল পৰম সিটে দুখত॥ শ্ৰীমদজল গুচিল সমস্ত শুদ্ধভৈল তনু-মন। প্ৰণত পালক জানিয়া কৃষ্ণৰ চৰণে লৈলো শৰণ॥৭৪ ১৩