পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় পাপীষ্ঠ কুকুবা ৰৱ তেজে এতিক্ষণে। আহ্মাক তেজিবা প্ৰিয়তম নাৰায়ণে॥২৮ প্ৰভাত জানিয়া কোপে ৰাত্ৰিকে। শপত। ব্ৰাহ্ম্য মুহূৰ্ত্তত গাৱ চাল৷ ভগৱন্ত || প্ৰিয়তম কৃষ্ণসমে নপাই নসহন্ত নাবীগণে সিতো আলাপক। মুহূৰ্ত্তক॥২৯ মনুষ্যব আচাৰ আচৰি নাৰায়ণ। কবি সমাপত যত শৌচৰ লক্ষণ। যাৱত নুহিকে ভালে বজনী প্ৰভাত। ভাৱে আপুনাকে চিত্তি থাকন্ত সাক্ষাত॥৩০ উপাধি বহিত জ্যোতি ৰূপ আত্মা এক। সমস্তকে ব্যাপি আছা আপুনি প্ৰত্যেক॥ চিদানন্দ পূৰ্ণ সত্য নিত্য নিৰন্তৰ। মোহোৰ প্ৰকাশে প্ৰকাশয় চৰাচৰ॥৩১ সৃষ্টি স্থিতি প্ৰলয়বো কাৰণ সাক্ষাত। জীৱবো অবিদ্যা গুচে মোহোব নোচোৱয় মোক দোষ গুণে জগতৰ। পৰম ঈশ্বৰময় প্ৰকৃতিতো পৰ॥৩২ আপোনাৰ বোধে মঞিঁ আপোনি সংযমী অন্তৰ্য্যামি ৰূপে আছা জীৱক নিয়মি॥ আপোন শকতি নিজ মায়া বশ্য কৰি। আপোনাকে থাকন্ত আপুনি চিন্তি হৰি॥৩৩ অনন্তৰে কৰি হবি ধ্যান সমাপত। সেৱাত॥ যথাবিধি কৰি স্নান পৱিত্ৰ জলত | সন্ধ্যা উপাসনা সমৰ্পিয়া নাৰায়ণ। জলদানে তৰ্পি দেৱ ঋষি পিতৃগণ॥৩৪