পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজস্থয় শ্ৰীকৃষ্ণায় নম: শ্লোক বাচক: প্ৰণবে। যস্য ক্ৰীড়াৰস্থাখিলং জগৎ। শ্ৰুতিৰাজ্ঞা বজ্ঞানং তং বন্দে দৈৱকীসুতং। পদ জৰ জয় কৃষ্ণ জ্ঞানময় কলেবৰ। চাৰি বেদে যাৰ আজ্ঞা বাণী নিৰন্তৰ॥ নিখিল ব্ৰহ্মাণ্ড ক্ৰীড়া ভাণ্ড ভৈ যাব। হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ॥১ य নমো নাৰায়ণ দৈৱকী ব্ৰহ্মা আদি কৰৈ যাৰ চৰণে न। মহা পাপী ভৰৈ गाক गान প্ৰণানো 1819 অৰুণ নন্দন। বন্দন॥ সুমৰণে। চৰণে॥