পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

উছৰ্গা

 অকালতে ১৯২৮ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত শদিয়াত আমা-ডিমা ছটি ল’ৰা-ছোৱালী এৰি পতিৰ আগত আমাক সকলোকে কন্দুৱাই বৈকুণ্ঠ হোৱা মোৰ পৰম সাদৰী সৰু-মাজিউ জীয়াৰী স্বৰ্গীয় মৃণালিনী আইটীৰ নামত এই পুথি উচৰ্গা কৰিলোঁ। যা বাচা! ককায়েৰ দুজন আৰু নিচেই সৰু-ভায়েৰজনৰ লগত মিলি-জুলী স্বৰগৰ ফুল স্বৰগতে থাকিবি। কালপ্ৰাপ্ত হ’লে আমিও যাম আৰু তাত তহঁতক লগ পামগৈ।

ৰজনীকান্ত বৰদলৈ