বলৈ লিগিৰী তেছে তয়ো সেই দৰে তোৰ সেই ডেকাটোক কথা দিছিলিনে। দৈসি বৰ নৈৰ পানী চুই শপত কাঢ়িছিল যে সি মোত বাদে আন কাকো বিয়া নকৰাব। মোক নাপালে হেনো সি হয় মৈত ঝাপ মাৰি মৰিব নতুবা বৰাগী হন। জা—আও। ইমান নে? ৰহদৈ -হয় বৰ্গদেৱ ঈশ্বৰ। ৰজা-পিচত ৰহদৈ! তোক মই কথা এটা কওঁ। মই তোৰ ৰূপত তোল গৈয়ে তোৰ মাৰ-বাপেৰক ধন-বিত দি কিনি আনিছে। মই তোৰ ৰূপত বলিয়া। তই দয়াৰামলৈ পাহৰি মোত ভজ। ৰহদৈস্বৰ্গদেৰ ঈশ্বৰ! বেটীক স্বৰ্গদেৱে কাটিৰও পাৰে মাৰিবও পাৰে। কিন্তু মই সেইটো কৰিলে বেচাৰ। দয়াৰামৰ যে আশা ছেদ হব। অলপতে মোৰ পিতাদেৰে মোক চাবলৈ আহোঁতে দয়াৰামৰ কথা সোধেতে কৈছে দয়াম হেনো মোৰ শোকতে কলৈ গল, কত মৰিল, কি হল কেৰে কব নোৱাৰে। এই বুলি কৈ ৰহদৈয়ে চকু চলচলীয়, কৰিলে। ৰজাৰহদৈ! তোৰ কথা শুনি মই দুখ পাইছে। বাৰু মই যদি তোক বিয়া কৰা মোৰ ৰাণী পাতো তেনেহলেও দয়াৰমিক নাপাহৰিবিনে? ৰহদৈস্বৰ্গদেৰ ঈশ্বৰ! দুখুনী দৈ সামান্য ভকতৰ জীয়াৰী হৈ ইন্দ্ৰবংশী স্বৰ্গদেৱৰ বোগ্যা হব নোৰাৰো। বিশেষ মই মাৰামক পাহৰিব নোৱাৰিম। ৰজাৰাৰু মই যদি ছোৰাংচোৱা মেলি দয়ামক বিচাৰি আনি ততাৰে সৈতে সমিল-মিল কৰি তাক আন এজনী ধুনীয়া গাভৰু বিয়া কৰাই দিওঁ তেতিয়া তই মোক ভাল পাৰিনে? মোৰ ৰাণী হৰিনে? দৈস্বৰ্গদেৱ ঈশ্বৰে যদি দয়ামক আনি তাৰ মন পৰীক্ষা কৰি তাক আন এজনী বিয়া কৰাই দিয়ে আৰু শিও আত সম্মত হৈ মোক ত্যাগ কৰে তেতিয়া এই বেটীয়ে স্বৰ্গদেৱৰ চৰণ সেৱা কৰিবলৈ পিচ মুহহকিম। স্বৰ্গদেৱ ঈশ্বৰক ভাল পাম। জতেন্তে ৰলৈ মই দয়ামক বিচৰাওঁ। পিচত মোক এটা চুমাকে হলে দিৰিনে?
পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই