২৫ ৰহদৈ লিগিৰী দি কৈ নিৰাত তেটিলে। ৰাই ৰহদৈ তেওঁৰ ঘাই লিগিৰী বাৰ দি ৰাখিলে। লিখা ৰহস্য সৎমে দিয়া দুকুৰি ৰূপৰ চাৰি- কুৰিহে কটকী পুৰে ৰতিকান্তক দিছিল । সৎৰমে ৰজাৰপৰা দুৰ ৰূপ লৈছিল। এও জয় ৰজাঘৰত ৰজাঘৰ পাৰৰ দিনাই ৰহদৈয়ে মনৰ দুখত মাক-বাপেকলৈ মনত পৰি কান্দি কান্দি চুক এটাত ৰহি থাকোতে মাৰে সেই পিনেদি আহি তাইৰ নিচিনা দীপ-লিপ হােৱালী এজনীয়ে বহি হি কাৰি থক। দেখি তাইক মাতি নিজৰ খোটালীলৈ নিলে আৰু তাত ৰাজমাৰে নিজৰ আসনত বহি তাইক সুধিলে :ৰে ছােৱালীজনী! তই কৰপৰা আহিছ? তােৰ নাম কি? তােৰ কোন কোন আছে ? তই কেলেই কান্দিছ ?” ৰহদৈ—ঈশ্বৰী। মােক মাজুলীৰ কমলাবাৰী গাঁৱৰপৰা ৰজাঘৰীয়া চাওডাং আৰু এজন কটকী বাপু গৈ আই-বােপাইৰ বুকৰপৰা কাঢ়ি আনি মােক সৎম বেলা সেই চাৰিীয়া ফুকনৰ ঘৰলৈ আনিলে। চাৰিদায়া ফুকনজনে তেওঁৰ মাক আৰু ভনীয়েকক মােৰ লগত দি মােক লৈ আহি ৰজাক ভেটিলে। ৰজাই মােক কৈছে মই হেনাে কিবা বােলে স্বৰ্গদেৱ ঈশ্বৰৰ হাতধৰী লিগিৰী হলে।।” ৰাজমাও-মই বুজিলো। তােক সেই সত্ৰাম ফুকনে আনি নাক দিছে। পিচত তইনে কাছি কেলেই ? ৰহদৈ-দেউতা ঈশ্বৰি। মােৰ আই-বােপাইলৈ মনত পৰিছে আৰু ইয়াত দেখােন মােৰ ভয় লাগিছে! হতবৰী লিগিৰীনাে কি মই তাকে বুজা নাই।
পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই