বলৈ লিগিৰী কটকীৰ এই আদেশত ৰতিকান্তই জীয়েকক মাতি পঠিয়ালে। দৈ গোমমাতকৈ আহি আগত ওলাল। কটকীনে দৈৰ পিনে চাই লে-“এৰা ভলেতোছে এওঁ ৰজাৰ চকুত পৰিল। এওঁ এতিয়াই কত জিলিকা। আগলৈ যে কেনেকুৱা এজনী দীপ-লিপ সুন্দৰী গাভৰু ৰ তাৰ উপমাই নহয়। ৰতিকান্ত! তোৰ এই ছোৱালীজনী ৰাৰ চকুত লগা বাবে ৰাই তাইক নিবলৈ আমাক পঠিয়াইছে। ৰতিকান্ত-দুখ মনকে প্ৰভুদেৰ, ৰজাইনো মোৰ এই আকলন তোৰীনী নি কি কৰিব? কটকাই সদ্যহতে তাইক তেওঁৰ হাতৰী লিগিৰী কৰি ৰাখিব। পিচত ৰজাৰ ইচ্ছা হলে তাইক বাণীও কৰিব পাৰে। ৰতিকান্ত—প্ৰভুদেউ! মই দেখোন সমূলে মৰিলো। মোৰ আগলৈকে। নাই পিচলৈকো নাই। এই একেজনী জীয়াৰীকনো ৰজাঘৰত ৰখিবলৈ কেনেকৈ এৰি দিওঁ। তাইক এৰি দিনে আমি কেনেকৈ থাকো। মোৰ আকলন হোৱালীজনীয়ে একো কথাৰে আও-ভাও নাপায়। কোনো দিনাই তাই ৰাহে নালাগে কোনো ডাঙৰ বিষয়াৰ ঘৰৰ আওতাও নেজানে—এনেস্থলত তাইনো তাত কেনেকৈ বঞ্চিৰ গৈ। তাইক ৰাঘৰলৈ পঠিয়াই আমিননা কেনেকৈ জীৱন ধৰে? ১ম চাওডাং-জোৱাইৰ ঘৰলৈ উলিয়াই দিননা কেনেকৈ থাকিলিহেঁতেন? ৰতিকান্ত-ককাই, জগৰ নধৰিবি। তাইক আমাৰ এই একে গাঁৱতে থকা ধনীৰাম মেধিৰ পুতেক দয়ৰামলৈ দিবলৈ থিৰ কৰিছিলোঁ। মেধিয়ে পৰহি তাইক খোটা কৰি ভাৰ-ভেটী দি গৈছে। ২য় চাওডাং-যেয়ে ভাৰ-তে টা পেলাওক গে, যেতিয়াই ৰাই তোৰ জীয়েৰ লাল দেখি হাতধৰ লিগিৰী কৰিব খুজিছে তেতিয়াই তই তীয়ে ৰক এৰি দিব লাগিব। ৰতিকান্ত-ককাই! ৰজাঘৰলৈ তাইক পঠিয়ালে তাইৰ আতিকুল নষ্ট বে। আগলৈকে। তাইতো আকৌ আমাৰ ঘৰে-দুৱাৰে তুলি খুৰাৰ নোৱাৰিম। জাতি বোলা ৰটো বহুমূলীয়া, ইয়াক নো সতকাই কেনেকৈ খেদাও।
পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/২৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই