দয়াৰমৰ প্ৰৱ যাঘৰৰ দুৰ্গোৎসৱ চাই ৰিজাৰ দিনা ব্ৰহ্মপুত্ৰত দেৰীৰ বিসৰ্জন চাই, মাজুলীৰপৰা অহা ডেকা-গাভৰু, ল'ৰা-ছোৱালী এইবিলাকেই আগৰ ৰে নাকে নাৰে গীত পদ গাই নৈ পাৰ হৈ শিপাৰ পালেগৈ। আৰু ঘাটে ঘাটে নাবিলাক বান্ধি থৈ সকলোবিলাক ঘৰ-ঘৰি গ'ল। ঘৰলৈ যাৰ সময়ত দয়াৰমে ৰহদৈক বাটত লগ ধৰি সুধিলে-“দৈ। প্ৰথম দিনাই ৰজাৰ ওচৰৰপৰা সেই বিষয়াজনাই আহি তোক মোৰপৰা অলপ আঁতৰ কৰি নি কি সুধিছিল? ৰহদৈ—সেইজনে দেখোন মোৰ নাম, থাম, আই, বোপাই ইত্যাদি সকলোৰে কথা সুধিছিল। দয়াম—কিয় অধিছিল কব পাৰনে? দৈ—এ পাই! মই একোকে বুজি নোৱাৰিলোঁ। দয়াম-মোৰ দেখেন মনটোৱে কৈছে এই সোধপপাহৰ শেহ ফটো ভাল নহৰ। যি কি নহওক দৈ! মই ডোক কথা এষাৰ সোথ। তই মোক এই কথাৰ সঠিক উত্তৰ দিবিনে। ৰহদৈ-এ পাই। মইননা তো কোন দিন কোন কথাৰ সঠিক উত্তৰ দিয়া নাই। কি সুধিব খুজিছ সোধ আকৌ। দয়াৰামদৈ? সৰুৰেপৰা মই তোৰ লগত একেলগে ম’ খি, নৈত সাঁতুৰি, বিহত ৰঙ-ধেমালি কৰি নাচি বাগি ভাঙৰ হৈছে। এই তোক সৰুৰেপৰা ভাল পাই আহিছে আৰু এতিয়া মই তোক আগতকৈও ভাল পাওঁ। মোৰইচ্ছা হয় মই যেন তোৰ লগ এখয়েকে নেৰিম। পিচত মই যদি ৰোপাই তুই তোক মোলৈ খোজা- . হে ভাণ পাৰিৰে ৰে গৰি। -
পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/২৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই