পৃষ্ঠা:ৰহঘৰা.djvu/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাস্ত্ৰৰ টোকা ১ ৩। বামুণ।। বামুণ পৰাশৰ ডুমুনীৰ ৰোৱামী, ব্যাস ভুমুলীৰ লৰা; বেশ্যাৰ নন্দন | জাবলী বামুণ, গায়ত্ৰী মুখস্থ কৰা। শূদ্ৰৰ সন্তান | লোমহৰষই পালে ব্ৰাহ্মণৰ মান; “দাস্যাঃ পুত্ৰ” নিষাদ কৱশে লেপিলে বেদৰ গান। ১। দণ্ডবিধি। শূদ্ৰৰ সৌভাগ্য দয়াল বামুনে মাৰিলে বুকত লাথি; দিৰে বামুণক মাৰিম বুলিলে ভৰি হাত পেশব কাটি। ২। বিবাহ বিধি। আশী বছৰীয়া বৰলাই কৰিব গৌৰীৰে নতুন ঘৰ; স্বামী নৌ দেখেই কন্যা হলে বৰী নোৱাৰে লভিব বৰ।