পৃষ্ঠা:ৰহঘৰা.djvu/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ ৰহঘৰা। ( ১ )। “মোমাইৰ ঘৰৰ গাই লেখি দুধ কোৱৰ 'লে, দুপিঠ সাদা” পুথিৰ দৰে আটায়ে ভৰিৰে ঠেগে। গোৱালৰ ঘৰতো কৃষ্ণ হয়, মুনিৰ বংশত ৰাক্ষস ৰয়, তৰ্ক নকৰ কৰা থিৰ শাস্ত্ৰ বিচাৰি চাই; জাত-কুলত, খিতাপত কাৰো পৈতৃক পট্টা নাই। “ইয়াৰ ভিতৰত যি অধম বুজি ও নুবুজা হয়, তাকহে আমাৰ বিবেচনা বাহিৰ হবলৈ কয়।

  • নাজানি ৰত্নাৱলী’

পঢ়া সকলক দিলে বলি, উঠিব আমাৰ সমাজ বুৰাই উন্নতিৰ নতুন বাণ , পৰৰ মূৰত খোৱা দলেই কৰিছে যতমান।” নৌ হওঁতেই ভট্টাচাৰ্য্যৰ কবলগীয়া অন্ত, জপিয়াই উঠিল ভেকুলী জাপেৰে গোসাই-বামুণ-সন্ত। বামুণ হৈ ভট্টাচাৰ্যই, সমাজত এনে কথা কয়, ধৰ ইয়াক এখুন্দা দিওঁ; আগলৈ গুচোক লেঠা ,” খিতাপীদলেও বেলে—“ঠিক, অতি বিতোপন কথা।”