পৃষ্ঠা:ৰহঘৰা.djvu/৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেশোদ্ধাৰকৰ মহাসভা। “সৰু-বৰ সকলোৱে সমানে শিক্ষা পালে, দেশৰ অৱস্থা উন্নত হয় জ্ঞানী সকলে বোলে। | আপোনপেটীয়া মইমত,-- পশু-প্ৰকৃতিৰ মুখ সিহঁত; সিহঁতেই আমাৰ দেশৰ শক্ত,ফুলৰ মাজৰ পোৰ; ঈশ্বৰৰ ইচ্ছা সেই বিলাকৰ ভেঁটি উছন্ হোক।” ভট্টাচাৰ্যই শুনি বোলে,-“ ধ্ৰুৱ সতা কথা; ঠিক গাইছা দাস-ঘোষ মোৰ প্ৰাণৰ গাথা। আহা আমি মিলি-জুলি, শিক্ষাৰ অৰ্থে হিযা খুলি, উঠি-পাৰি লাগি যাও, স্বাৰ্থৰ ভেটা ভাঙি; মিছা জাত-কুল নষ্ট যাওক, শিক্ষাই পৰোক দাঙি। |

১৪

“এক জাতি, এক ধী, এক উৎসাহ লই , এক উদ্দেশ্যৰ মহাসিন্ধুত সকলে মিলে।গই; বামুণ শৃদিৰৰ মুগাবোৰ, দলিয়াই ভাঙি পেলেৰ। ৰ , মিছামিছি ভেকো না দেশি উঠে হাঁহি , হোৱা নাইনে সেই বিলাক ইমান দিনেও বাহা?