এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

‘ভিতৰত যদিও ঢকুৱাৰ বেৰ, ৰাজত নেৰে চুৰিয়াৰ ফেৰ এনেকৈয়ে চিৰকাললৈ ৰব আমাৰ জাত। ভূমণ্ডলত আমাৰটোৰেই আটাইতকৈ উত্তম জাত। দেশোদ্ধাৰকৰ মহাসভাত কি ছবি দেখুৱা হৈছে সি অতি বিতে- পন। কিন্তু লাভৰ ভিতৰত গছৰ আগৰ গৃধৰাজে কথাটো কৰি টং চো মাৰি একে চেঁচাই ললেহি প্ৰভুৰ সঙ্গ। (মুঠতে ) দেখোন্ধাৰ কৰ মহাসভা কেনিবা উৰিগল পণ্ডিতে কওক হিচাপ কৰি উন্নতি কিমান হল।” আমাৰ দোষ, লিখকৰ কোনো কোনো বিষয়ত, নিজৰ মত, বাহিৰেও ২১টি কবিতা “চাটনিৰ দৰে ব্যৱহৃত হবলৈ দিয়া আছে যেনে ‘চাহৰহস্য’ পিচুৰি প্ৰভৃতি। যেনেইকি নহওক একে বিধত লাগি থাকিলে আমনি লাগেই। লিখকৰ কোনো কোনো বিষয়ৰ মত বিলাক অতি পৰিপাটিকৈ দিয়া হৈছে যেনে Darwin Tcoryৰ নেগুৰ তাৰ প্ৰমাণ। | শেষ কথা এই হাঁহিৰ চলত কেতিয়াৰ বিদ্ৰুপ কৰাটো ভাল নহলেও তাৰ পৰা আমাৰ বহুটো উপকাৰ হয়। ডাক্তৰ হলে আমি শিক্ষকৰ হাতৰ কোৰ নেপালেও ভয় কৰে। বিপলৈ। তাৰ পৰা আমাৰ উপকাৰহে হয়। ৰংঘৰ ৰাইজৰ আগত মেলি দিছোঁ খাই উপকাৰ হবলৈহে। ৰহঘৰাৰ মিঠাত অপকাৰ নাই বুলি আমাৰ বিশ্বাস। ৰাইজে মিঠাৰ জোখায় আমাক মিঠা লগালে ভবিষ্যতলৈ আকৌ কিজানি সঙ্গ লবলৈ যত্নবান হব পাৰে।? অলমিতি- | তেজপুৰ। আশীৰ্বাদ ভিখাৰী ১৮৩৮ শক, শাওন। শ্ৰীমহাদেব শৰ্মা।