পৃষ্ঠা:ৰহঘৰা.djvu/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( শ্ৰেষ্ঠ ) হেৰা অসমীয়া তুমি। মানুহ-গৰু থকা ভৰি, এই যে ৰাজ্য জগৎ জুৰি, তাৰে মাজত আমাৰ মানুহ চিকুণ পিন্ধি উৰি; আহা, হাৰ ছলেৰে তৈয়াৰ কৰা খুওৱা হাত ভৰি। এনে মানুহ কোনে পাব বিশ্ব জগং ভ্ৰমি; সকলোতকৈ শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি। ফুৰণ-চাকন, পিন্ধন-উৰণ, ক’ত এনে বিচাৰ চিকণ, কাৰ এনে “প্ৰভু-ঈশ্বৰ” শিষ্যৰ লগত মৰে? তেওঁ এফেৰ মাথোন কৰ লৈয়েই স্বৰ্গত তুলি ধৰে। এনে মানুহ কোনে পাব বিশ্বজগৎ ভ্ৰমি; সকলোতকৈ শ্ৰেষ্ঠ হেৰা অসমীয়া তুমি। এনে সুন্দৰ কাৰ ভিতৰ, বেলিয়ে পুৱা কৰে পোৰ। কাৰ ঘৰৰ চুক . ' মন কেঁচুমটা? আহা, ক’ • • : ৭। ঘৰে ঘৰে পতা? এনে

জগৎ ভুমি?

সকলে . . . ৰা অসমীয়া তুমি। কে৷ ন মহ। পণ্ডিত, ভাবোতে নিজা পৰৰ বিত? (কোৱ। কোন এনে মহাপুৰুষ ইমান শক্তি গাত? তেও ঘৈণীৰ পিঠিত চোৰাত মেলে খাবলৈ নাপাই ভাত।