পৃষ্ঠা:ৰহঘৰা.djvu/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাত। ভূমণ্ডলত। | আমাৰটোৱেই আটাইতকৈ উত্তম জাত। মানুহক শুনাই বুলিলে ৰাম, কৰিব পাৰে সকলো কাম; নামে। যদিও পশুৰ শাৰীলৈ, নালাগে ঠেকা গাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। | ১৪ ) ভূমণ্ডলত। | আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ভিতৰত যদিও ঢকুৱাৰ বেৰ, বাজত নেৰে চুৰিয়াৰ ফেৰ; এনেকৈয়ে চিৰকালই ৰব আমাৰ জাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত।