পৃষ্ঠা:ৰহঘৰা.djvu/৮৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৪ ৰংঘৰ।। নেদেখাকৈ ডাক-বঙলাতে। পাৰিব পাৰি পাহ। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ভূমণ্ডলত আমাৰটোৱেই আটইতকৈ উত্তম জাত। (পূৰ্ব্বে) গুণ কত চাৰি জাতি, এতিয়া বাঢ়িল পো-নাতি; উপজিলেই যাৰে তাৰে বন্ধ। পৈতৃক এত।। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। আতেই আমাৰ ধৰ্ম্মৰ সাৰ; ছুৱ'-সজৰো সুৰ বিচাৰ, ৰান্ধি দিলে যদিও খাওঁ, চুলে নৰ জ্ঞাত। ভূমণ্ডলত আম ৰটোৱেই আটাইতকৈ উত্তম জাত।