পৃষ্ঠা:ৰহঘৰা.djvu/৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৩ আমাৰ জাত। মে ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। যদিও লুকাই সকলে খাও, কিনা চুমাৰো জুতি চাও; দেখা দেখিকে নাখাও আমি নৰ লগত ভাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ভূমণ্ডলত। | আমাৰটোৱেই আটাইতকৈ উত্তম জাত; জোতাৰ ভৰিৰে খালে পানী, খাব লাগিব শান্তি-পানী; লাগিব পাপ, ভৰি দিলেও নিচিনা মানুহৰ ছাত। ভূমণ্ডলত | আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। যিহাকে ইচ্ছা লুকাই লুকাই, কৰিলে দোষ একোৱেই নাই;