পৃষ্ঠা:ৰহঘৰা.djvu/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ ৰহঘৰা। তাৰে বলত বশ্য কৰি ৰাখিছোঁ। ঈশ্বৰ গাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। যদিও আমাৰ বুদ্ধি বেকা শাস্ত্ৰৰ অৰ্থত লগাও ঠেকা; তথাপি অকল আচাৰৰ গুণত, পাপৰ মুণ্ডপাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। তিনিও প্ৰসঙ্গত গাধোওঁ; ধুতি কাপোৰ মাথোন চোওঁ; মলি মাথোন যদিও সাৰ; নাথাকে দোষ তাত। ভূমণ্ডলত। | আমাৰটোৱেই আটাইতকৈ উত্তম জাত।