পৃষ্ঠা:ৰহঘৰা.djvu/৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাত। ৭১ ( ৩ ) ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। আন ধৰ্মৰ আছে যিমান, অপবিত্ৰ মেলেছ, সিমান; সিহতে ছুলে অশুচি হয়, আমাৰ বাট-ঘাট। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ( ৪ )। ভূমণ্ডলত। | আমাৰটোৱেই আটাইতকৈ উত্তম জাত। দেখছে। আমি ঈশ্বৰ কেনে, দৈৱকাৰ ঘৰত জন্মিছিল যেনে, একুৰি তেৰ কোটি দেৱৰ ছবি আমাৰ গাত। ভূমণ্ডল | আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ভূমণ্ডলত আমাৰটোৱেই আটাইতকৈ উত্তম জাত। তমোগুণেবে ভৰোক অন্তৰ, বাজ ও তথাপি ঢাকোন সম্বৰ;