পৃষ্ঠা:ৰহঘৰা.djvu/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ জাত। ভূমণ্ডলত | আমাৰটোৱেই আটাইতকৈ উত্তম জাত; সকলো জাতিঘেই ৰব পৰি, আমি যাম স্বৰ্গলই লৰি, নন্দন বনত | ইন্দ্ৰৰ লগত | পিন্ধিম পাৰিজাত। ভূমণ্ডলত | আমাৰটোৱেই আটাইতকৈ উত্তম জাত। ভূমণ্ডলত | আমাৰটোৱেই আটাইতকৈ উত্তম জাত। চন্দুকত 'ৰোৱ ধৰ্ম্ম আমাৰ, নাপায় কোনেও অংশ তাৰ, তাৰে বলত। | অকলই আমি দেখিম স্বৰ্গৰ বাট। ভূমণ্ডলত | আমাৰটোৱেই আটাইতকৈ উত্তম জাত।